পৰিচালকৰ মানসিক অত্যাচাৰ! তামিল অভিনেত্ৰী বিজয়লক্ষ্মীৰ আত্মহত্যাৰ চেষ্টা…

- তামিল ছবি উদ্যোগৰ অভিনেত্ৰী বিজয়লক্ষ্মীৰ আত্মহত্যাৰ চেষ্টা।
- কিছু বিষাক্ত টেবলেট সেৱন কৰি আত্মহত্যা কৰিবলৈ ওলোৱাৰ এক ভিডিঅ’ও তেওঁৰ ফেচবুক একাউণ্টত আপলোড কৰিছিল।
- আত্মহত্যাৰ প্ৰয়াস কৰাৰ কিছুসময়ৰ পাছতে তেওঁক নিশাই ভৰ্তি কৰা হৈছিল হস্পাতালত।
- তামিল ছবিৰ এগৰাকী পৰিচালকৰ এটা ৰাজনৈতিক দলৰ সমৰ্থকে তেওঁৰ ওপৰত চলোৱা মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ।
- বৰ্তমান স্বাস্থ্যৰ অৱস্থা যথেষ্ট উন্নত বুলি জানিব পৰা গৈছে।
The post পৰিচালকৰ মানসিক অত্যাচাৰ! তামিল অভিনেত্ৰী বিজয়লক্ষ্মীৰ আত্মহত্যাৰ চেষ্টা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/306Qj9v
via IFTTT
Comments
Post a Comment