ডিফু মেডিকেল কলেজত কোৰোনাত আক্ৰান্ত মহিলাই জন্ম দিলে সন্তান…

- ডিফু মেডিকেল কলেজ(DMCH)ৰ কোভিড-১৯ হাস্পতালত সন্তান জন্ম মহিলাৰ।
- কোৰোনাত আক্ৰান্ত এগৰাকী মহিলাই জন্ম দিলে এটি ল’ৰা সন্তান।
- কোভিড-১৯ হাস্পতালতে অস্ত্ৰোপ্ৰচাৰ কৰি সন্তান প্ৰসৱ কৰালে চিকিৎসকৰ দলে।
- সুস্থ মাতৃ-সন্তান বৰ্তমানে আছে DMCHৰ কোভিড-১৯ হাস্পতালত।
- ২৩ জুলাইত মহিলা গৰাকীৰ দেহত ধৰা পৰিছিল কোভিড-১৯ পজিটিভ।
- লগে লগে ভৰ্তি কৰা হৈছিল DMCHৰ Old Blockত স্থাপন কৰা কোভিড-১৯ হাস্পতালত।
- কোৰোনাৰ আতংকৰ মাজত স্বাভাৱিকতেই সকলোৰে বাবে এটা ভাল খবৰ।
The post ডিফু মেডিকেল কলেজত কোৰোনাত আক্ৰান্ত মহিলাই জন্ম দিলে সন্তান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3hCBnpm
via IFTTT
Comments
Post a Comment