ভাল খবৰঃ ভাৰতত ৫০জনৰ দেহত সফলতাৰে প্ৰয়োগ কোৰোনা ভেকচিন…

ডিজিটেল ডেস্কঃ যোৱা ২৪ জুলাইত হায়দৰাবাদৰ ভাৰত বায়টেক আৰু আই চি এম আৰ, নেচনেল ইনষ্টিটিউট অৱ ভাইৰোল’জিৰ সন্মিলিত প্ৰচেষ্টাত দেশৰ প্ৰথম গৰাকী মানৱৰ শৰীৰত ভেকচিনটোৰ পৰীক্ষা কৰাৰ পাছতে ২৬ জুলাইৰ লৈকে ২৬ জুলাইৰ ভিতৰতে সফলতাৰে ৫০ জনৰ দেহত প্ৰয়োগ কৰা হয় এই ভেকচিন।

ভাৰতৰ প্ৰথমটো কোৰোনা ভাইৰাছ ভেকচিন ক’ভাক্সিনৰ মানৱ দেহৰ পৰীক্ষণৰ কাম দ্ৰুতগতিত আগবাঢ়িবলৈ ধৰিছে। ভেকচিন ট্ৰাইল টীমৰ হেডে সংবাদসংস্থা এ এন আইক অৱগত কৰে যে, প্ৰথম দফাৰ পৰীক্ষা শেষ। এতিয়ালৈকে ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া দেখা পোৱা নাই।

The post ভাল খবৰঃ ভাৰতত ৫০জনৰ দেহত সফলতাৰে প্ৰয়োগ কোৰোনা ভেকচিন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2D5PN2q
via IFTTT

Comments