ভাৰতত ১কোটি ৮১লাখ লোকক কৰা হ’ল কোৰোনা টেষ্ট…

ডিজিটেল ডেস্কঃ দেশত কোৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে কোৰোনা টেষ্ট কৰা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। ভাৰতত বৰ্তমানলৈ ১কোটি ৮১লাখ ৯০হাজাৰ৩৮২গৰাকী লোকক কৰা হৈছে কোৰোনা টেষ্ট। যোৱা বুধবাৰে সমগ্ৰ দেশত ৪লাখ ৪৬হাজাৰ ৬৪২গৰাকী লোকক কৰা হৈছে কোৰোনা টেষ্ট। উল্লেখ্য যে, ভাৰতত এতিয়ালৈকে ১৫লাখ ৮৪হাজাৰ লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১০লাখ ২১হাজাৰ লোক কোৰোনামুক্ত হৈ ঘৰলৈ উভটিছে।
The post ভাৰতত ১কোটি ৮১লাখ লোকক কৰা হ’ল কোৰোনা টেষ্ট… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/339A2CA
via IFTTT
Comments
Post a Comment