আজি গুৱাহাটীত উপস্থিত হ’ব শ্ৰীলংকাৰ ক্ৰিকেট দল

৫ জানুৱাৰিত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত-শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ ক্ৰিকেট মেচখনৰ বাবে আজি গুৱাহাটীত উপস্থিত হ’ব শ্ৰীলংকা দলৰ খেলুৱৈসকল। শ্ৰীলংকাৰ দলটো এখন বিশেষ বিমানেৰে আবেলি ৪.৩০ বজাত গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হ’ব। বিমান বন্দৰৰ পৰা পোনে পোনে দলটো হোটেল ৰেডিছন ব্লুলৈ আহিব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে বিমান বন্দৰকে ধৰি হোটেল ৰেডিছন ব্লুত […]

The post আজি গুৱাহাটীত উপস্থিত হ’ব শ্ৰীলংকাৰ ক্ৰিকেট দল appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/39yidhe
via IFTTT

Comments