বিশিষ্ট সাহিত্যিক, সমালোচক শশী শৰ্মাৰ পৰলোক
বিশিষ্ট লেখক, সাহিত্যিক, সমালোচক, বাওঁপন্থী চিন্তাৰ এজন অগ্ৰণী ব্যক্তি শশী শৰ্মাৰ পৰলোকপ্ৰাপ্তি ঘটিছে। নলবাৰীৰ চহিদ মুকুন্দ কাকতী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁ ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। নলবাৰী জিলাৰ বাসিন্দা শৰ্মা বহুদিনৰ পৰা বাৰ্ধক্যজনিত অসুখত ভুগি আছিল। ১৯৩২ চনৰ ৩ অক্টোবৰত জন্ম হোৱা শৰ্মাই বিভিন্ন সামাজিক কামকাজ আৰু ঘাইকৈ লেখা-মেলাৰ সৈতে জড়িত হৈ […]
The post বিশিষ্ট সাহিত্যিক, সমালোচক শশী শৰ্মাৰ পৰলোক appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/310Ypzf
via IFTTT
Comments
Post a Comment