জেদি(এছ)ৰ নেতা কে অমৰনাথ চেত্তীৰ ৮০ বছৰ বয়সত মৃত্যু…

- জেদি(এছ)ৰ নেতা তথা প্ৰাক্তন শ্ৰম মন্ত্ৰী কে অমৰনাথ চেত্তী আৰু নাই।
- সোমবাৰে পুৱা মাংগালুৰুৰ এখন ব্যক্তিগত হাস্পতালত তেওঁৰ মৃত্যু হয়।
- মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ।
- দীৰ্ঘদিন ধৰি চেত্তী অসুস্থ হৈ আছিল।
- ১৯৬৫ চনত তেওঁ ৰাজনীতিত যোগ দিছিল।
- ১৯৮৩ চনত তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
- ১৯৮৭ আৰু ১৯৯৪ চনতো তেওঁ নিৰ্বাচিত হৈছিল।
The post জেদি(এছ)ৰ নেতা কে অমৰনাথ চেত্তীৰ ৮০ বছৰ বয়সত মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/38DLIgj
via IFTTT
Comments
Post a Comment