দিল্লীত ‘কা’, এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে প্ৰতিবাদ বিৰোধীৰ…

  • দিল্লীত ‘কা’, এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে প্ৰতিবাদ বিৰোধীৰ।
  • সংসদ ভৱনৰ গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত শুকুৰবাৰে পুৱা প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী দল সমূহে।
  • কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিৱেশনক লৈও প্ৰতিবাদ বিৰোধী দলসমূহৰ।
  • প্ৰতিবাদত উপস্থিত কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনীয়া গান্ধীৰ লগতে আন নেতৃত্ব।
  • প্ৰতিবাদত অংশ লৈ কেন্দ্ৰীয় চৰকাৰৰ নীতিক সমালোচনা ছোনীয়া গান্ধীৰ।

The post দিল্লীত ‘কা’, এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে প্ৰতিবাদ বিৰোধীৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GEMvBO
via IFTTT

Comments