আজি গুৱাহাটীত ১৫০০ এন ডি এফ বি কেডাৰে কৰিব অস্ত্ৰ সম্বৰণ
আজি বড়ো শান্তি চুক্তিত স্বাক্ষৰ কৰা এন ডি এফ বিৰ চাৰিটা গোটৰ প্ৰায় ১৫৫০জন কেডাৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে আত্মসমৰ্পন কৰিব। অসম আৰক্ষীৰ মতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ প্ৰেক্ষাগৃহত এন ডি এফ বিৰ চাৰিটা গোটৰ কেডাৰসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আত্মসমৰ্পন কৰিব। আত্মসমৰ্পনৰ সময়ত আটাইকেইজন সদস্যই প্ৰায় ১৫০টা অত্যাধুনিক অস্ত্ৰ জমা দিয়াৰ কথা। উল্লেখযোগ্য যে যোৱা […]
The post আজি গুৱাহাটীত ১৫০০ এন ডি এফ বি কেডাৰে কৰিব অস্ত্ৰ সম্বৰণ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2Oaf3qR
via IFTTT
Comments
Post a Comment