মণিপুৰৰ মহিলাৰ শৰীৰত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ লক্ষণ

মণিপুৰৰ এগৰাকী মহিলাৰ শৰীৰত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ লক্ষণ ধৰা পৰিছে। সংবাদ মাধ্যমৰ বাতৰি মতে মহিলাগৰাকীয়ে কিছু দিন পূৰ্বে দক্ষিণ পূব এছিয়াৰ দেশ এখন ভ্ৰমণ কৰি আহিছিল। তেওঁক বৰ্তমান নিজ ঘৰতে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলে চোৱাচিতা কৰি আছে। যোৱা ২০ জানুৰীত ৩০ বছৰীয়া মহিলাগৰাকী বিদেশৰ পৰা ইম্ফললৈ উভতি আহিছিল বুলি বাতৰিটোত প্ৰকাশ। চিকিৎসকৰ মতে তেওঁৰ শৰীৰত […]

The post মণিপুৰৰ মহিলাৰ শৰীৰত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ লক্ষণ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2RWxyA6
via IFTTT

Comments