দুদিনীয়া সৰস্বতী পূজাক লৈ পুৰণিগুদামত ব্যস্ত ছাত্ৰ-ছাত্ৰী আৰু মৃৎ-শিল্পী

বিদ্যাৰ অধিস্তাত্ৰী দেৱী সৰস্বতীৰ পূজাক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতাত দেখা পোৱা গৈছে সমগ্ৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী তথা মৃৎ-শিল্পী সকলৰ মাজত। ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানত বুধবাৰে পুৱাৰে পৰা বাকদেৱীৰ পূজা উলহ-মালহৰ মাজেৰে অনুষ্ঠিত কৰাৰ বিপৰীতে নগাঁও জিলাৰ চামগুৰিৰ একাংশ শিক্ষানুষ্ঠানত বাকদেৱীৰ পূজা বৈদিক ৰীতি-নীতিৰে বৃহস্পতিবাৰৰ দিনটোতো সমাপন কৰিবলৈ উৎকণ্ঠিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীসকল। সমান্তৰালভাৱে বুধবাৰে দিনটোতো […]

The post দুদিনীয়া সৰস্বতী পূজাক লৈ পুৰণিগুদামত ব্যস্ত ছাত্ৰ-ছাত্ৰী আৰু মৃৎ-শিল্পী appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2uLo2HZ
via IFTTT

Comments