মুম্বাইৰ মোৰলেণ্ড ৰোডত ‘কা’, এনআৰচি, এনপিআৰৰ বিৰুদ্ধে প্ৰতিবাদ…

- মুম্বাইত ‘কা’ বিৰোধী প্ৰতিবাদ।
- নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিছে শতাধিক লোক।
- ‘ক’ৰ লগতে এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধেও সাব্যস্ত কৰে প্ৰতিবাদ।
- মোৰলেণ্ড ৰোডত প্ৰতিবাদকাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ।
The post মুম্বাইৰ মোৰলেণ্ড ৰোডত ‘কা’, এনআৰচি, এনপিআৰৰ বিৰুদ্ধে প্ৰতিবাদ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30UcoXk
via IFTTT
Comments
Post a Comment