আজিৰ পৰা আৰম্ভ হ’ব কলাগুৰু সংগীত মহোৎসৱ
আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৰ্ণাঢ্য কৰ্যসূচীৰে অনুষ্ঠিত হ’ব কলাগুৰু সংগীত মহোৎসৱ। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু জুবিন গাৰ্গ ফ্ৰেইণ্ডচ ক্লাব তথা টংলাবাসী ৰাইজৰ সহযোগত আয়োজিত এই উৎসৱৰ শুভাৰম্ভণী তথা নৃত্য শিল্পী প্ৰয়াত হৰি বড়ো সোঁৱৰণি সেঁতুৰ দ্বাৰ উদ্বোধন কৰিব সাহিত্য অকাডেমী বঁটা প্ৰাপ্যক তথা টংলা মহাবিদ্যালয়ৰ প্ৰবক্তা ড° […]
The post আজিৰ পৰা আৰম্ভ হ’ব কলাগুৰু সংগীত মহোৎসৱ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/36E8Xpb
via IFTTT
Comments
Post a Comment