নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা! কেৰেলা বিধানসভাত প্ৰৱেশত বাধা ৰাজ্যপালক… VIDEO

- কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানৰ বিৰুদ্ধে ৰাজ্যখনৰ বিধানসভাৰ মজিয়াত বুধবাৰে একাংশ বিধায়কে সাব্যস্ত কৰে প্ৰতিবাদ।
- বিধানসভাৰ মজিয়াত ইউডিএফ দলৰ বিধায়কসকলে সাব্যস্ত কৰে প্ৰতিবাদ।
- নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰো বিৰোধিতা বিধায়কসকলৰ।
- আবদ্ধ কৰি ৰাখিলে ৰাজ্যপালগৰাকীক।
- ইফালে ৰাজ্যপালগৰাকীয়ে কাৰ বিৰুদ্ধে এটা দফা পঢ়া সময়ত ক’লে, “মুখ্যমন্ত্ৰীয়ে বিচৰাৰ বাবে মই এইটো দফা পঢ়িছো।”
- “কাৰ্যসূচীৰ ভিতৰত এইয়া সন্নিৱিষ্ট নহয়।”
- “মুখ্যমন্ত্ৰীয়ে কৈছে এইয়া চৰকাৰৰ কবলগীয়া।”
- “সেইবাবে মই পঢ়িছো।”
The post নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা! কেৰেলা বিধানসভাত প্ৰৱেশত বাধা ৰাজ্যপালক… VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37AS3ZT
via IFTTT
Comments
Post a Comment