পূজা বেদীৰ জীয়েক তথা কবিৰ বেদীৰ নাতিনীয়েকৰ প্ৰৱেশ ঘটিল বলিউদত
বলিউদত প্ৰৱেশ ঘটিল আৰু এগৰাকী ষ্টাৰ পৰিয়ালৰ সন্তানৰ। বলিউদত আত্মপ্ৰকাশ ঘটা এইগৰাকী অভিনেত্ৰী হৈছে পূজা বেদীৰ জীয়েক তথা কবিৰ বেদীৰ নাতিনীয়েক অলয়া এফ(ফাৰ্নিছাৰৱালা)। অভিনেত্ৰীগৰাকীৰ প্ৰথমখন ছবি অহা শুকুৰবাৰে মুক্তি লাভ কৰিব। ‘জাৱানী জানেমন’ নামৰ ছবিৰ জৰিয়তে বলিউদত আত্মপ্ৰকাশ কৰিবলগীয়া অলয়াৰ উপৰি ছবিখনত আছে ছুপাৰষ্টাৰ ছেঈফ আলী খান আৰু টাবু। ছবিখনত অলয়াই মুখ্য চৰিত্ৰত অভিনয় কৰিব […]
The post পূজা বেদীৰ জীয়েক তথা কবিৰ বেদীৰ নাতিনীয়েকৰ প্ৰৱেশ ঘটিল বলিউদত appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3aNdSr4
via IFTTT
Comments
Post a Comment