‘জাতিৰ পিতা’ৰ মৃত্যু বাৰ্ষিকীঃ পুৱাই ৰাজঘাটত কংগ্ৰেছ নেতৃত্ব…

- বৃহস্পতি বাৰ অথাৎ ৩০ জানুৱাৰী মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত জাতিৰ পিতা গৰাকীক সোঁৱৰিলে দেশবাসীয়ে।
- পুৱাই জাতিৰ পিতা গৰাকীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলে অগণন জনে।
- কংগ্ৰেছ নেৃতত্বই পুৱাই ৰাজঘাটত উপস্থিত হৈ জনালে শ্ৰদ্ধাঞ্জলি।
- কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে জাতিৰ পিতা গৰাকীক সোঁৱৰিলে।
- কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতা পুৱাই উপস্থিত হয় ৰাজঘাটত।
The post ‘জাতিৰ পিতা’ৰ মৃত্যু বাৰ্ষিকীঃ পুৱাই ৰাজঘাটত কংগ্ৰেছ নেতৃত্ব… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37zZG2y
via IFTTT
Comments
Post a Comment