নৃশংসঃ দৰঙত পিতৃয়ে পুখুৰীলৈ দলিয়াই হত্যা কৰিলে পুত্ৰ-কন্যাক…

- দৰঙৰ দলগাঁৱত সংঘটিত হৈছে এক নৃশংস ঘটনা।
- নিজ পিতৃয়ে পুত্ৰ-কন্যাক পুখুৰীলৈ দলিয়াই হত্যা।
- মৃত পুত্ৰৰ বয়স আছিল ৫ বছৰ আৰু কন্যা সন্তানটিৰ বয়স আছিল ৪ বছৰ।
- মঙলবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত পুখুৰীলৈ দলিয়ায় পিতৃয়ে।
- হত্যাকাৰী পিতৃৰ নাম নজৰুল ইছলাম।
- আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিয়ে ইছলামক।
- পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে পিতৃয়ে।
The post নৃশংসঃ দৰঙত পিতৃয়ে পুখুৰীলৈ দলিয়াই হত্যা কৰিলে পুত্ৰ-কন্যাক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NZhz39
via IFTTT
Comments
Post a Comment