ইতিহাস গঢ়িলে মণিপুৰৰ ফুটবলাৰ বালা দেৱীয়ে

মণিপুৰবাসীৰ লগতে ভাৰতক গৌৰৱান্বিত কৰি বিদেশী ক্লাবৰ সৈতে জড়িত হৈ পৰা একমাত্ৰ পেচাদাৰী ভাৰতীয় মহিলা ফুটবলাৰত পৰিণত হ’ল প্ৰতিভাৱান ফুটবলাৰ বালা দেৱী নাংগম। ফুটবলাৰ গৰাকীয়ে গ্লাছগ’স্থিত স্কটিছ ৰেঞ্জাৰ্ছ ফুটবল ক্লাবৰ সৈতে চুক্তিবদ্ধ হোৱাৰ লগে লগে এই ইতিহাস গঢ়ে। ট্ৰায়েলত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ পৰিপ্ৰেক্ষিততে তেওঁক ৰেঞ্জাৰ্ছ এফ চিয়ে ১৮ মাহৰ বাবে চুক্তিবদ্ধ কৰে। ভাৰতৰ লগতে দক্ষিণ […]

The post ইতিহাস গঢ়িলে মণিপুৰৰ ফুটবলাৰ বালা দেৱীয়ে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/31d5FrS
via IFTTT

Comments