অসমৰ কাগজ কলৰ কৰ্মচাৰীলৈ সাময়িক সকাহ দিল্লী উচ্চ ন্যায়ালয়ৰ

অসমৰ নগাওঁ আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলক তেওঁলোক থকা বাসগৃহ খালী কৰিবলৈ নিলামী প্ৰক্ৰিয়াৰ দায়িত্বত থকা বিষয়াই দিয়া নিৰ্দেশটোত সাময়িকভাৱে স্থগনাদেশ জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। কল দুটাৰ কৰ্মচাৰীসকলে আদালতখনত এই নিৰ্দেশটোৰ বিৰুদ্ধে এখন আৱেদন দাখিল কৰিছিল আৰু তাৰ শুনানি লৈ ২৮ জানুৱাৰিত সংশ্লিষ্ট বিচাৰপীঠে এই স্থগনাদেশ জাৰি কৰিছে। বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অসাৰ প্ৰমাণ কৰি […]

The post অসমৰ কাগজ কলৰ কৰ্মচাৰীলৈ সাময়িক সকাহ দিল্লী উচ্চ ন্যায়ালয়ৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2tPM1Gd
via IFTTT

Comments