জম্মু কাশ্মীৰত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী…

ডিজিটেল ডেস্কঃ বিগত ২৪ ঘন্টাত ভাৰতীয় সেনাই জম্মু-কাশ্মীৰত লাভ কৰিছে দুটাকৈ সফলতা। সোমবাৰে সন্ধিয়া নিৰাপত্তাৰক্ষীৰ গুলীত এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ পাছতে লস্কৰ ই তইবাৰ এটা সন্ত্ৰাসবাদীকো জীৱন্তে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। মঙলবাৰে পুৱা বাৰামুলা জিলাৰ অন্দ্ৰগাম পট্টনৰ পৰা সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰা হয়। ১৯ বছৰীয়া সন্ত্ৰাসবাদীটোৰ নাম ছাজিদ ফাৰুক বুলি জানিব পৰা গৈছে।

The post জম্মু কাশ্মীৰত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2tKcHYR
via IFTTT

Comments