পুডুচেৰীৰ কিৰুমমপক্কম গাঁৱত বিস্ফোৰণ, নিহত ১জন

  • পুডুচেৰীৰ কিৰুমমপক্কম গাঁৱত বিস্ফোৰণ কাণ্ড।
  • শুকুৰবাৰে সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা।
  • বিস্ফোৰণত নিহত হৈছে এজন লোক।
  • আনহাতে আহত হৈছে ২ জন লোক।
  • আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এটা দেশী বোমা বিস্ফোৰণ ঘটে কিৰুমমপক্কম গাঁৱত।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
  • আহত দুজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।

The post পুডুচেৰীৰ কিৰুমমপক্কম গাঁৱত বিস্ফোৰণ, নিহত ১জন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GQB8qx
via IFTTT

Comments