১৯ ছেপ্টেম্বৰৰ পৰা আকৌ আৰম্ভ IPL

- কোভিডৰ মাজতে ডুবাইত অনুষ্ঠিত হব আই পি এল।
- আইপিএল-২০২১ৰ বাকী থকা খেলসমূহৰ সময়সূচী ঘোষণা।
- ১৯ ছেপ্টেম্বৰৰ পৰা ডুবাইত অনুষ্ঠিত হ’ব IPLৰ বাকী খেলসমূহ।
- প্ৰথমখন মেচত মুখামুখি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ।
- ১৫ অক্টোবৰত অনুষ্ঠিত হ’ব ফাইনেল মেচ।
- উল্লেখ্য যে, কোভিডৰ বাবে স্থগিত হৈ আছিল খেলসমূহ।
The post ১৯ ছেপ্টেম্বৰৰ পৰা আকৌ আৰম্ভ IPL appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UExRVL
via IFTTT
Comments
Post a Comment