টকিঅ অলিম্পিকত ভাৰতৰ খেলুৱৈৰ জয়যাত্ৰা অব্যাহত…

  • টকিঅ অলিম্পিকত ভাৰতৰ খেলুৱৈৰ জয়যাত্ৰা অব্যাহত।
  • পুৰুষৰ টেবুল টেনিছত শৰত কমলেও বিজয় সাব্যস্ত কৰিছে।
  • তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে ভাৰতৰ শৰত কমল।
  • ইফালে আজি বনিকা বট্টা, সুমিত নাগল আৰু অঙ্গদ বীৰ সিং বাজবাও খেলপথাৰত নামিব।
  • উল্লেখ্য যে, এতিয়ালৈকে ৰূপৰ এটা পদকতে সন্তুষ্ট থাকিব লগীয়া হৈছে ভাৰত।
  • এই ৰূপৰ পদকটি লাভ কৰিছে মীৰাবাঈ চানুয়ে।
  • পদক তালিকাৰ শীৰ্ষত আছে চীন।

The post টকিঅ অলিম্পিকত ভাৰতৰ খেলুৱৈৰ জয়যাত্ৰা অব্যাহত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3x3jZkT
via IFTTT

Comments