আজিৰে পৰা পুনৰ খুলিব বিশ্বনাথ জিলাৰ বটলিফ টি ফেক্টৰী

ডিজিটেল সংবাদ বিশ্বনাথঃ মঙ্গলবাৰৰ পৰা পুনৰ খুলিব বিশ্বনাথ জিলাৰ বটলিফ টি ফেক্টৰী।এক প্ৰেছ বিবৃতি যোগে এই কথা জনালে বিশ্বনাথ জিলা বটলিফ টি প্ৰডিউচাৰ এচ’ছিয়েশ্বনৰ সভাপতি ভোলা বৰাই।বৰ্তমানৰ কোভিড পৰিস্থিতি আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ফেক্টৰী সমুহ খোলাৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰিছে বিবৃটিত।
সোমবাৰে বিশ্বনাথ জিলাৰ বটলিফ টি ফেক্টৰী প্ৰডিউচাৰ এচ’ছিয়েশ্বনৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
The post আজিৰে পৰা পুনৰ খুলিব বিশ্বনাথ জিলাৰ বটলিফ টি ফেক্টৰী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3eWKMJC
via IFTTT
Comments
Post a Comment