অসমত নতুনকৈ ১৫২৮জন কোভিড পজিটিভ, ২৬জনে হেৰুওৱালে প্ৰাণ…

- অসমত পুনৰ ১৫২৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
- ইয়াৰে ১৯৯জন কামৰূপ মেট্ৰ’ৰ, ১৩১জন গোলাঘাটৰ, ৯১জন লখিমপুৰৰ আৰু ৮৮জন কামৰূপ গ্ৰাম্যৰ।
- এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৬০০১৯জনলৈ পাইছে বৃদ্ধি।
- ইফালে, সোমবাৰে ৰাজ্যত আৰোগ্য হয় ১৮৩০জন লোক।
- তাৰ বিপৰীতে ৰাজ্যত উক্ত দিনটোত কোৰোনাত আক্ৰান্ত ২৬জনৰ মৃত্যু।
- ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৩৫৮১জন ৰোগী।
The post অসমত নতুনকৈ ১৫২৮জন কোভিড পজিটিভ, ২৬জনে হেৰুওৱালে প্ৰাণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UIo4hv
via IFTTT
Comments
Post a Comment