টকিঅ অলিম্পিকত পদক জিনি আজি মাতৃভূমিলৈ মীৰ বাঈ চানু…

- টকিঅ অলিম্পিকত পদক জিনি আজি মাতৃভূমিলৈ ঘূৰিব মীৰবাঈ চানু।
- ইতিমধ্যে গৃহাভিমুখী হৈছে খেলুৱৈগৰাকী।
- উল্লেখ্য যে, মণিপুৰৰ খেলুৱৈ গৰাকীয়ে টকিঅ অলিম্পিকত ভাৰতলৈ আনিছিল প্ৰথমটো পদক।
- ভাৰত্তোলনত মীৰাবাঈয়ে জিনিছিল ৰূপৰ পদক।
- মণিপুৰ চৰকাৰে মীৰাবাঈক ইতিমধ্যে ১কোটি টকাৰে পুৰস্কিত কৰিছে।
The post টকিঅ অলিম্পিকত পদক জিনি আজি মাতৃভূমিলৈ মীৰ বাঈ চানু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/36X3r3w
via IFTTT
Comments
Post a Comment