পুৱা ১০ বজালৈকে বিশ্বৰ ক’ত-কিমান লোকে কোৰোনাৰ বাবে হেৰুৱাইছে প্ৰাণ, পঢ়ক সবিশেষ তথ্য…

সময়ঃ ২৯ মাৰ্চ, ২০২০ৰ পুৱা ১০ বজালৈ।
বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৬৬৩,৯২৮জন।
মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৩০,৮৮২জন।
আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১০,০২৩জন)
আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১২৩,৭৫০জন)
কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-
• আমেৰিকাঃ ২,২২৭জন।
• ইটালীঃ ১০,০২৩জন।
• চীনঃ ৩,৩০০জন।
• স্পেইনঃ ৫,৯৮২জন।
• ইৰাণঃ ২,৫১৭জন।
• ইংলেণ্ডঃ ১০১৯জন।
• ফ্ৰান্সঃ ২,৩১৪জন।
• বাংলাদেশঃ ৫জন।
• পাকিস্তানঃ ১২জন।
• নেপালঃ ০জন।
• ৰাছিয়াঃ ৪জন।
• গ্ৰীচঃ ৩২জন।
• জাপানঃ ৫২জন।
• ভাৰতঃ ২৫জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১০৩৬জন।
ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-
• কেৰালাতঃ ১৮২
• মহাৰাষ্ট্ৰঃ ১৯৩
• কৰ্ণাটকঃ ৮১
• তেলেংগানাঃ ৬৭
• উত্তৰপ্ৰদেশঃ ৬৫
• গুজৰাটঃ ৫৫
• ৰাজস্থানঃ ৫৪
• তামিলনাডুঃ ৪২
• দিল্লীঃ ৪৯
• পঞ্জাৱঃ ৩৮
• হাৰিয়ানাঃ ৩৫
• মধ্যপ্ৰদেশঃ ৩৯
• জম্মু-কাশ্মীৰঃ ৩৩
• পশ্চিমবংগঃ ১৮
• বিহাৰঃ ১১
• অন্ধ্ৰপ্ৰদেশঃ ১৯
• লাডাখঃ ১৩
• ছণ্ডীগড়ঃ ৮
• ছত্তীশগড়ঃ ৭
• উত্তৰাখণ্ডঃ ৬
• গোৱাঃ ৩
• হিমাচলপ্ৰদেশঃ ৩
• ওড়িশ্যাঃ ৩
• মণিপুৰঃ ১
• মিজোৰামঃ ১
• পুডুচেৰীঃ ১
The post পুৱা ১০ বজালৈকে বিশ্বৰ ক’ত-কিমান লোকে কোৰোনাৰ বাবে হেৰুৱাইছে প্ৰাণ, পঢ়ক সবিশেষ তথ্য… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2vZVr2Q
via IFTTT
Comments
Post a Comment