গৃহবন্দী শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ এজন শিক্ষকৰ

ভাৰতত চলি থকা লকডাউনৰ সময়ত পুৰণিগুদামৰ চলচলিৰ এগৰাকী শিক্ষকে গ্ৰহণ কৰা পদক্ষেপে অঞ্চলটোৰ ৰাইজৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। লকডাউনৰ ফলত খাদ্য সংকটত ভোগা পুৰণিগুদামৰ বৃহত্তৰ অঞ্চলৰ প্ৰায় শতাধিক দুখীয়া পৰিয়ালৰ মাজত শিক্ষক পুষ্পকান্ত বৰুৱাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। চলচলি ব্ৰাহ্মণ গাঁও চাৰিআলিত গাঁওবুঢ়া পদুম বৰাৰ উপস্থিতিত শিক্ষকজনে খাদ্য সমগ্ৰী বিতৰণ কৰে বুলি জানিব পৰা […]

The post গৃহবন্দী শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ এজন শিক্ষকৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2WXEPnd
via IFTTT

Comments