লকডাউনৰ সময় বৃদ্ধিৰ কোনো পৰিকল্পনা নাই ভাৰত চৰকাৰৰ…

- লকডাউনৰ সময় বৃদ্ধিৰ কোনো পৰিকল্পনা নাই ভাৰত চৰকাৰৰ।
- এই সময় বৃদ্ধিৰ বৰ্তমানলৈ পৰিকল্পনা কৰা নাই চৰকাৰে
- কেন্দ্ৰীয় সচিব ৰাজীৱ গৌবাই স্পষ্ট কৰি দিলে এই কথা।
- সংবাদমেলত তেওঁ লগতে কয়, কোৰোনাৰ শৃংখল ভাঙিবৰ বাবে লকডাউনৰ খুবেই প্ৰয়োজন আছিল।
- আমি আশা কৰিম বাকী থকা দিনকেইটাত জনতাই লকডাউন মানি চলক।
The post লকডাউনৰ সময় বৃদ্ধিৰ কোনো পৰিকল্পনা নাই ভাৰত চৰকাৰৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QYgLgu
via IFTTT
Comments
Post a Comment