লকডাউনৰ মাজতে ব্ৰহ্মাজানত আটক সুৰা কঢ়িয়াই অনা এম্বুলেঞ্চসহ তিনি স্বাস্থ্যকৰ্মী
দেশত লকডাউন চলি থকাৰ সময়তেই যোৱা নিশা প্ৰায় ১০ বজাত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বৰডুমছাৰ আৰক্ষীয়ে সুৰা কঢ়িয়াই অনা এখন এম্বুলেঞ্চসহ তিনিজনকৈ স্বাস্থ্যকৰ্মীক পেঙেৰীৰ ব্ৰহ্মাজানত খেদি খেদি আটক কৰে। এ এছ২৩ চি চি ২৮৬১ নম্বৰৰ এখন এম্বুলেঞ্চত বিদেশী সুৰাৰ ২২টা ফুল আৰু ৪০টা কোৱাটাৰ বটল এম্বুলেঞ্চত লুকুৱাই লৈ অৰুণাচলৰ বৰডুমচাৰ পৰা পেঙেৰী হৈ তিনিচুকীয়ালৈ গৈ […]
The post লকডাউনৰ মাজতে ব্ৰহ্মাজানত আটক সুৰা কঢ়িয়াই অনা এম্বুলেঞ্চসহ তিনি স্বাস্থ্যকৰ্মী appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/39wOnYZ
via IFTTT
Comments
Post a Comment