দেশত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ১০০০ অতিক্ৰম; ২৪জনৰ মৃত্যু

দেশত কৰ’না ভাইৰাছৰ ত্ৰাস অব্যাহত আছে। প্ৰতিদিনে নতুন নতুন ৰোগীৰ খৱৰ পোহৰলৈ আহিছে। দেশৰ প্ৰায়বোৰ ৰাজ্যতে কৰ’না ৰোগী ধৰা পৰিছে। বৰ্তমানলৈকে পোৱা খৱৰ অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যাই ১০০০ অতিক্ৰম কৰিছে। আনহাতে, কৰ’না আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৪জনলৈ বৃদ্ধি পাইছে। দেশত লকডাউনৰ আজি পঞ্চমটো দিন। বিভিন্ন স্থানত বহু লোক আৱদ্ধ হৈ […]

The post দেশত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ১০০০ অতিক্ৰম; ২৪জনৰ মৃত্যু appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2QTJ2oc
via IFTTT

Comments