কৰ’না ভাইৰাছ: ইটালীত মৃত্যুৰ কিৰিলি, এদিনতে প্ৰাণ হেৰুৱালে প্ৰায় ১০০০ লোকে

কৰ’না ভাইৰাছৰ কেন্দ্ৰ হিচাপে গঢ়ি উঠা ইটালীত এতিয়া প্ৰতিদিনে মৃত্যৰ হাৰ বৃদ্ধি পাবলৈ লৈছে। কৰ’না মহামাৰীয়ে এতিয়ালৈকে আটাইতকৈ বেছি বিধ্বস্ত কৰিছে ইটালীক। য়ুৰোপৰ এই দেশখনত এতিয়ালৈকে ৮ হাজাৰতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছে। শুকুৰবাৰে সৰ্বাধিক লোকৰ মৃত্যু হৈছে। এই দিনটোত দেশখনত প্ৰায় ১০০০লোকে  কৰ’না ভাইৰাছৰ ফলত প্ৰাণ হেৰুৱাইছে। কেবল ইটালীতে নহয়, য়ুৰোপৰ ব্ৰিটেইন, স্পেইন, জাৰ্মাণীৰ দৰে […]

The post কৰ’না ভাইৰাছ: ইটালীত মৃত্যুৰ কিৰিলি, এদিনতে প্ৰাণ হেৰুৱালে প্ৰায় ১০০০ লোকে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2wHDZ3p
via IFTTT

Comments