অসম ৰাজ্যিক চিৰিয়াখানা ও উদ্ভিদ উদ্যানত সোণালী বান্দৰৰ পোৱালি জন্ম
অসমবাসীৰ বাবে এটি সুখবৰ এই যে যোৱা বুধবাৰে নিশা অসম ৰাজ্যিক চিৰিয়াখানা ও উদ্ভিদ উদ্যানত সম্প্ৰতি স্থাপিত প্ৰজনন কেন্দ্ৰত এটি মতা সোণালী বান্দৰৰ পোৱালিৰ জন্ম হয়। সোণালী বান্দৰ বৰ্তমান বিপন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী। সেয়ে বন বিভাগে যোৱা কেইবছৰমান ধৰি অসম ৰাজ্যিক চিৰিয়াখানাত প্ৰজনন কেন্দ্ৰ স্থাপন কৰি সোণালী বান্দৰৰ বংশ বৃদ্ধিৰ চেষ্টা চলাই আহিছিল যদিও বিশেষ […]
The post অসম ৰাজ্যিক চিৰিয়াখানা ও উদ্ভিদ উদ্যানত সোণালী বান্দৰৰ পোৱালি জন্ম appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3dxmdjQ
via IFTTT
Comments
Post a Comment