নিশাটোৰ ভিতৰতে কোৰোনাত আক্ৰান্ত হ’ল ১১,২৪৬ গৰাকী, চীনত কমিছে আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যা…

সময়ঃ ৩০ মাৰ্চ, ২০২০ৰ পুৱা ১০ বজালৈ।
বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৭২২,১৯৬জন।
মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৩৩,৭৯৬ জন।
আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১০,৭৭৯জন)
আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১৪২,১৭৮জন)
কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-
• আমেৰিকাঃ ২,৪৮৪জন।
• ইটালীঃ ১০,৭৭৯জন।
• চীনঃ ৩,৩০৪জন।
• স্পেইনঃ ৬,৮০৩জন।
• ইৰাণঃ ২,৬৪০জন।
• ইংলেণ্ডঃ ১২২৮জন।
• ফ্ৰান্সঃ ২,৬০৬জন।
• বাংলাদেশঃ ৫জন।
• পাকিস্তানঃ ১৪জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৮জন।
• গ্ৰীচঃ ৩৯জন।
• জাপানঃ ৫৪জন।
• ভাৰতঃ ২৮জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১১৪৭জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ২৮জন।
ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-
• কেৰালাতঃ ২০২
• মহাৰাষ্ট্ৰঃ ২১০
• কৰ্ণাটকঃ ৮৩
• তেলেংগানাঃ ৭০
• উত্তৰপ্ৰদেশঃ ৭২
• গুজৰাটঃ ৬৩
• ৰাজস্থানঃ ৫৯
• তামিলনাডুঃ ৫০
• দিল্লীঃ ৭২
• পঞ্জাৱঃ ৩৯
• হাৰিয়ানাঃ ৩৫
• মধ্যপ্ৰদেশঃ ৩৯
• জম্মু-কাশ্মীৰঃ ৩৮
• পশ্চিমবংগঃ ২১
• বিহাৰঃ ১৫
• অন্ধ্ৰপ্ৰদেশঃ ২১
• লাডাখঃ ১৩
• ছণ্ডীগড়ঃ ৮
• ছত্তীশগড়ঃ ৭
• উত্তৰাখণ্ডঃ ৭
• গোৱাঃ ৫
• হিমাচলপ্ৰদেশঃ ৩
• ওড়িশ্যাঃ ৩
• মণিপুৰঃ ১
• মিজোৰামঃ ১
• পুডুচেৰীঃ ১
The post নিশাটোৰ ভিতৰতে কোৰোনাত আক্ৰান্ত হ’ল ১১,২৪৬ গৰাকী, চীনত কমিছে আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WPGQC5
via IFTTT
Comments
Post a Comment