কৰ’নাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে মোদী চৰকাৰৰ আন এক প্ৰচেষ্টা; গঠন কৰিলে টীম-১১

দেশজুৰি কৰ’না ভাইৰাছৰ ঘটনা দ্ৰুত গতিত বৃদ্ধি পাবলৈ লৈছে।এতিয়ালৈকে দেশত ১১৩৯ জন লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত ৩০জন লোকৰ মৃত্যু হৈছে। কৰ’নাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি মোদী চৰকাৰে ১১খন কমিটি গঠন কৰিছে। এই কমিটিসমূহে কৰ’নাৰ বাবে উদ্ভৱ হোৱা জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কাম কৰিব। গৃহ মন্ত্ৰ্যালয়ৰ ফালৰ পৰা দেওবাৰে কমিটিকেইখন গঠন কৰা হয়। […]

The post কৰ’নাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে মোদী চৰকাৰৰ আন এক প্ৰচেষ্টা; গঠন কৰিলে টীম-১১ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2WSKriB
via IFTTT

Comments