লকডাউনৰ বাবে অসমৰ ১০,০০০ প্ৰব্ৰজিত শ্ৰমিক আৱদ্ধ হৈ আছে মিজোৰামত
নভেল কৰ’নাভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বলবৎ কৰা ৰাষ্ট্ৰজোৰা লকডাউনৰ বাবে মিজোৰামত ১০,০০০তকৈয়ো অধিক প্ৰব্ৰজিত শ্ৰমিক আৱদ্ধ হৈ আছে। ইয়াৰে অধিকাংশই অসমৰ। সোমবাৰে এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই এই কথা জানিবলৈ দিয়ে। এই প্ৰব্ৰজিত শ্ৰমিকসকলৰ অধিকাংশই বিভিন্ন উদ্যোগ আৰু অসংগঠিত খণ্ডত নিয়োজিত হৈ আছিল। ৰাজ্যখনৰ গৃহ মন্ত্ৰী লালচামলিয়ানাই কয় যে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ নিৰ্দেশ অনুসৰি আৱদ্ধ […]
The post লকডাউনৰ বাবে অসমৰ ১০,০০০ প্ৰব্ৰজিত শ্ৰমিক আৱদ্ধ হৈ আছে মিজোৰামত appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2UMIIsF
via IFTTT
Comments
Post a Comment