বেয়া খবৰ, কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৭৮৫,৮০৭ জনলৈ…

সময়ঃ ৩১ মাৰ্চ, ২০২০ৰ পুৱা ১০ বজালৈ।

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ৭৮৫,৮০৭জন।

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৩৭,৮২০জন।

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১১,৫৯১জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১৬৪,২৫৩জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

• আমেৰিকাঃ ৩,১৬৭জন।
• ইটালীঃ ১১,৫৯১জন।
• চীনঃ ৩,৩০৫জন।
• স্পেইনঃ ৭,৭১৬জন।
• ইৰাণঃ ২,৭৫৭জন।
• ইংলেণ্ডঃ ১,৪০৮জন।
• ফ্ৰান্সঃ ৩০২৪জন।
• বাংলাদেশঃ ৫জন।
• পাকিস্তানঃ ২১জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৯জন।
• গ্ৰীচঃ ৪৬জন।
• জাপানঃ ৫৪জন।
• ভাৰতঃ ৪৬জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১,৩৫৬জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ৪৬জন।

ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

• কেৰালাতঃ ২৩৪
• মহাৰাষ্ট্ৰঃ ২৪৩
• কৰ্ণাটকঃ ৯১
• তেলেংগানাঃ ৭৭
• উত্তৰপ্ৰদেশঃ ৯৬
• গুজৰাটঃ ৭০
• ৰাজস্থানঃ ৮৩
• তামিলনাডুঃ ৬৭
• দিল্লীঃ ৯৭
• পঞ্জাৱঃ ৪১
• হাৰিয়ানাঃ ৩৬
• মধ্যপ্ৰদেশঃ ৪৭
• জম্মু-কাশ্মীৰঃ ৪৯
• পশ্চিমবংগঃ ২২
• বিহাৰঃ ১৫
• অন্ধ্ৰপ্ৰদেশঃ ২৩
• লাডাখঃ ১৩
• ছণ্ডীগড়ঃ ১৩
• ছত্তীশগড়ঃ ৭
• উত্তৰাখণ্ডঃ ৭
• গোৱাঃ ৫
• হিমাচলপ্ৰদেশঃ ৩
• ওড়িশ্যাঃ ৩
• মণিপুৰঃ ১
• মিজোৰামঃ ১
• পুডুচেৰীঃ ১

The post বেয়া খবৰ, কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৭৮৫,৮০৭ জনলৈ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3dHSyok
via IFTTT

Comments