ল’কডাউনৰ মাজত পাঠশালাত ৬জনক গ্ৰেপ্তাৰ, মদৰ ভাতী উৎখাত
ক’ৰ’না ভাইৰাছৰ বাবে চলি থকা ল’কডাউনৰ নিয়ম উলংঘা কৰাৰ অপৰাধত শনিবাৰে বজালীৰ পাঠশালাত আৰক্ষীয়ে ৬জন লোকক গ্ৰেপ্তাৰ কৰে। উক্ত লোককেইজনে পাঠশালা নগৰত বিনা কাৰণত ঘূৰি ফুৰা বুলি পাঠশালা আৰক্ষীয়ে জনায়। বজালীৰ মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাই জনোৱা মতে ল’কডাউনৰ চতুৰ্থ দিনা আৰক্ষী প্ৰশাসনে মহকুমাটোত আৰক্ষীৰ টহল বঢ়াই তোলাৰ লগতে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিছে। ইয়াৰ […]
The post ল’কডাউনৰ মাজত পাঠশালাত ৬জনক গ্ৰেপ্তাৰ, মদৰ ভাতী উৎখাত appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3asVPWt
via IFTTT
Comments
Post a Comment