ক’ৰ’না ভাইৰাছ সম্পৰ্কে ভুৱা ফে’চবুক প’ষ্ট দিয়া যুৱকক গ্ৰেপ্তাৰ

ত্ৰিপুৰা আৰক্ষীয়ে দেওবাৰে ক’ৰ’না ভাইৰাছ সম্পৰ্কে ফে’চবুকত ভুৱা খবৰ বিয়পোৱা এজন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱকজনক পশ্চিম ত্ৰিপুৰা জিলাৰ অৰুণধুতী নগৰ অঞ্চলৰ অভিষেক ধৰ বুলি চিনাক্ত কৰা হৈছে। যুৱকজনক নিজ বাসগৃহৰ পৰা আটক কৰা হয়, আৰক্ষীৰ সূত্ৰত প্ৰকাশ। আৰক্ষীয়ে জনোৱা মতে অভিষেকে নিজৰ ফে’চবুকত তেওঁলোকৰ অঞ্চলৰ এজন ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি উল্লেখ কৰি […]

The post ক’ৰ’না ভাইৰাছ সম্পৰ্কে ভুৱা ফে’চবুক প’ষ্ট দিয়া যুৱকক গ্ৰেপ্তাৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2JpbxpH
via IFTTT

Comments