মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী সাংবাদিক
লকডাউনৰ সময়ছোৱাত সোমবাৰে মহানগৰীৰ সুন্দৰপুৰৰ ৰাধাচুড়া পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় এগৰাকী যুৱতী সাংবাদিক। প্ৰতিবিম্ব লাইভ নামৰ এটা ব্যক্তিগত ৱেব পৰ্টেলত কৰ্মৰত দিম্পী কাশ্যপ (২২) নামৰ যুৱতী গৰাকী নিশা প্ৰায় ৮ বজাত কাৰ্য্যালয়ৰ পৰা কাম কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। জানিব পৰা মতে, যুৱতী সাংবাদিকগৰাকী […]
The post মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী সাংবাদিক appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/33Z8kH6
via IFTTT
Comments
Post a Comment