উত্তৰ-পূব সীমান্ত ৰে’লৱেই COVID-19ৰ আইছ’লেশ্যন ৱাৰ্ডলৈ পৰিৱৰ্তন কৰিব ৰে’লৰ দবা
উত্তৰ-পূব সীমান্ত ৰে’লৱেই কামাখ্যা আৰু গুৱাহাটী আৰু কামাখ্যা ৰে’ল ষ্টেশ্যনৰ দবা পৰিচালনা ডিপোত (Coach Maintenance Depot) থকা ৰে’লৰ দবাসমূহ COVID-19ৰ আইছ’লেশ্যন ৱাৰ্ডলৈ পৰিৱৰ্তন কৰাৰ উদ্যোগ লৈছে। মালিগাঁওস্থিত উত্তৰ-পূব সীমা্ন্ত ৰে’লৱেৰ কেন্দ্ৰীয় হস্পিটালৰ চিকিৎসা কৰ্মীসকলৰ সৈতে আলোচনা কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি উত্তৰ-পূব সীমা্ন্ত ৰে’লৱেৰ মুখ্য জন সংযোগ বিষয়া শুভণন চন্দাই এক প্ৰেছ […]
The post উত্তৰ-পূব সীমান্ত ৰে’লৱেই COVID-19ৰ আইছ’লেশ্যন ৱাৰ্ডলৈ পৰিৱৰ্তন কৰিব ৰে’লৰ দবা appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2JoLwqI
via IFTTT
Comments
Post a Comment