কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ সংবাদমেল…

  • ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকাম দাসৰ সংবাদমেল। সংবাদমেলত কেবাটাও ঘোষণা কৰে গৱৰ্ণৰগৰাকীয়ে।
  • কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কোৰোনা সন্ত্ৰাসৰ বাবে বিভিন্ন সাহাৰ্য্যৰ কথা ঘোষণা কৰা পিছদিনাই সংবাদমেল সম্বোধন গৱৰ্ণৰগৰাকীৰ।
  • ৰেপ’ ৰেট ৭৫ বেছিছ পইন্ট ৪.৪ শতাংশ হ্ৰাস কৰাৰ কথা ঘোষণা।
  • দেশৰ অসাধাৰণ পৰিস্থিতিতে এই সংবাদমেল সম্বোধন কৰিবলগীয়া হৈছে বুলিও ক’লে।
  • ৰিজাৰ্ভ বেংকৰ মানিতৰী পলিচি সমিটি ২৪ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ বৈঠকত বহিছিল।
  • ডিজিপিতো প্ৰভাৱ পেলাব কোৰোনা ভাইৰাছে।
  • ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰিছে কেবাটাও ব্যৱস্থা।
  • কোৰোনা ভাইৰাছৰ বাবে দেশৰ অৰ্থনীতি ক্ষেত্ৰত প্ৰভাৱ পৰিছে।

The post কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ সংবাদমেল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Uk3W26
via IFTTT

Comments