ক’ৰ’নাৰে যুঁজিবলৈ অসম চৰকাৰক কাজিৰঙা জীপ চাফাৰী সন্থাৰ ৫০ হেজাৰ টকাৰ সাহায্য

ক’ৰ’না ভাইৰাছৰ বাবে দেশত চলি থকা ল’কডাউনৰ পঞ্চম দিনা দেওবাৰে অসমৰ কেবিনেট মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই বোকাখাত নগৰ পৰিদৰ্শন কৰি ল’কডাউনত প্ৰশাসনে লোৱা ব্যৱস্থাৱলীৰ বুজ লয়। মন্ত্ৰী গৰাকীয়ে মহকুমা স্বাস্থ্য বিষয়াৰ লগ কৰি বোকাখাতৰ অসামৰিক চিকিৎসালয়লৈ গৈ চিকিৎসালয়খনৰ পৰিস্থিতিৰ বুজ লয়। আনহাতে অতুল বৰাক সাক্ষাত কৰি কাজিৰঙাৰ জীপ চাফাৰী সন্থাৰ বিষয়ববীয়াই ক’ৰ’নাৰ বিৰুদ্ধে […]

The post ক’ৰ’নাৰে যুঁজিবলৈ অসম চৰকাৰক কাজিৰঙা জীপ চাফাৰী সন্থাৰ ৫০ হেজাৰ টকাৰ সাহায্য appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2JlSTz2
via IFTTT

Comments