কৰ’না ৰোগীৰ সংস্পৰ্শলৈ অহা হাস্পাতলৰ ডাক্তৰ-নাৰ্ছক কৰা হ’ল কোৱাৰেন্টাইন

দেশত ধাৰাবাহিক কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগীৰ হাৰ বৃদ্ধি পোৱা দেখা গৈছে। কৰ’না ভাইৰাছৰ বিৰুদ্ধে ডাক্তৰ আৰু নাৰ্ছসকলে প্ৰত্যক্ষভাৱে যুদ্ধত অৱতীৰ্ণ হৈছে। ইয়াৰ মাজতে দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পাতলত COVID-19ত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ অহাৰ পাছত একাংশ ডাক্তৰ, নাৰ্ছ আৰু কিছু ৰোগীক কোৱাৰেন্টাইন কৰা হৈছে। ৰাম মনোহৰ লোহিয়া হাস্পাতলৰ সূত্ৰই জানিবলৈ দিয়া মতে কেইজনমান জ্যেষ্ঠ চিকিৎসক […]

The post কৰ’না ৰোগীৰ সংস্পৰ্শলৈ অহা হাস্পাতলৰ ডাক্তৰ-নাৰ্ছক কৰা হ’ল কোৱাৰেন্টাইন appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3dBAagJ
via IFTTT

Comments