দেশত কৰ’না আক্ৰান্ত আৰু এজন বিদেশী নাগৰিকৰ মৃত্যু; দিল্লীত মৃত্যু ইয়েমেনৰ ব্যক্তিৰ

ভাৰতত কৰ’নাৰ চিকাৰ হ’ল আৰু এজন বিদেশী নাগৰিক। দিল্লীৰ এখন বেচৰকাৰী হাস্পাতলত ৬০ বছৰীয়া ইয়েমেনৰ নাগৰিক এজনৰ মৃত্যু হয়। শুকুৰবাৰে দিল্লীৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা জনোৱা মতে ব্যক্তিগৰাকী চলিত মাহতে লিভাৰ দাতা হিচাপে ভাৰতলৈ আহিছিল। যোৱা ২৪ মাৰ্চত তেওঁ এই সংক্ৰান্তীয় কিছু পৰীক্ষাৰ বাবে হাস্পাতলখনলৈ গৈছিল। ইয়াতেই তেওঁ অচেতন হৈ মাটিত বাগৰি পৰে। কৰ’না প্ৰভাৱিত […]

The post দেশত কৰ’না আক্ৰান্ত আৰু এজন বিদেশী নাগৰিকৰ মৃত্যু; দিল্লীত মৃত্যু ইয়েমেনৰ ব্যক্তিৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3bxNeC5
via IFTTT

Comments