বংগত কোৰোনাই প্ৰাণ ল’লে এগৰাকী লোকৰ…

- ভাৰতত কোৰোনাই প্ৰাণ ল’লে আন এগৰাকী ৰোগীৰ।
- পশ্চিম বংগত মৃত্যু হৈছে এই ৰোগীগৰাকীৰ।
- ৰাজ্যখনৰ এগৰাকী স্বাস্থ্যবিষয়াই সদৰি কৰিছে এই তথ্য।
- উল্লেখ্য যে, কোৰোনাত আক্ৰান্ত হৈ বংগত বৰ্তমান লৈকে মৃত্যু হৈছে ২ গৰাকী লোকৰ।
- ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা হৈছে ২১ ।
- এই মৃত্যুৰ লগে লগে ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৮ লৈ বৃদ্ধি।
The post বংগত কোৰোনাই প্ৰাণ ল’লে এগৰাকী লোকৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2xwDuJy
via IFTTT
Comments
Post a Comment