ৰহস্যজনকভাৱে আইজলত উদ্ধাৰ অসমৰ এজন লোকৰ মৃতদেহ

মিজোৰামৰ ৰাজধানী আইজলৰ এটা এপাৰ্টমেন্টত অসমৰ এজন ৩৬বছৰীয়া লোকৰ মৃতদেহ দেওবাৰে ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হয়। আৰক্ষীৰ মতে, দেওবাৰে মিছন ভেং অঞ্চলৰ নিজৰ এপাৰ্টমেন্টত তেওঁৰ মৃতদেহটো উদ্ধাৰ হয়। বাতৰি অনুসৰি, গোলাঘাটৰ বাসিন্দা মাধুৰ্য ভূঞা নামৰ লোকজনে আইজলত একাউন্টেন্ট জেনেৰেলৰ কাৰ্যালয়ত এগৰাকী জ্যেষ্ঠ অডিট অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আবেলি প্ৰায় ৪বজাত মৃতদেহটো উদ্ধাৰ হয় যদিও মৃত্যুৰ কাৰণ […]

The post ৰহস্যজনকভাৱে আইজলত উদ্ধাৰ অসমৰ এজন লোকৰ মৃতদেহ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3bDlXOq
via IFTTT

Comments