কোৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ আমেৰিকাই ভাৰতক দিব ২১ কোটি…

- কোৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ আমেৰিকাই ভাৰতক দিব আৰ্থিক সাহায্য।
- এই কথা ইতিমধ্যে ঘোষমা কৰিছে আমেৰিকাই।
- ভাৰতলৈ আমেৰিকাই আগবঢ়াব ২৯ লাখ ডলাৰ অথাৎ ২১ কোটি ৭৭ লাখ টকা।
- ভাৰতৰ বাদেও বিশ্বৰ প্ৰায় ৬৪ খন দেশলৈ আগবঢ়াব আৰ্থিক সাহায্য।
- প্ৰায় ১৩ আৰৱ টকাৰ সাহায্য আগবঢ়াব দেশখনে।
- এছিয়া মহাদেশৰ শ্ৰীলংকা, নেপাল, বাংলাদেশ, আফগানিস্তানলৈ সহায়ৰ হাত আগবঢ়াব দেশখনে।
The post কোৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ আমেৰিকাই ভাৰতক দিব ২১ কোটি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UG0LAO
via IFTTT
Comments
Post a Comment