অসমত আৱদ্ধ মণিপুৰৰ ৰোগীৰ ঘুৰি যোৱাত সহায় কৰিবলৈ মুখ্য মন্ত্ৰী বীৰেন সিঙলৈ আহ্বান

মণিপুৰৰ পৰা অসমলৈ চিকিৎসাৰ বাবে অহা প্ৰায় ৫০জন ৰোগী কাছাৰ জিলাৰ ধুলুত আৱদ্ধ হৈ আছে। হাড়ৰ চিকিৎসাৰ বাবে ধুলুত থকা এখন ক্লিনিকলৈ তেওঁলোক আহিছিল। আৱদ্ধ হৈ থকা ৰোগীসকলে এক বাৰ্তা প্ৰেৰণ কৰি মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙক ঘৰলৈ ঘুৰি যোৱাত সহায় কৰিবলৈ আহ্বান জনাইছে। ঘটনাটো সন্দৰ্ভত খাংগাবকৰ এছ শ্যাম নামৰ এজন ব্যক্তিয়ে জানিবলৈ দিয়ে […]

The post অসমত আৱদ্ধ মণিপুৰৰ ৰোগীৰ ঘুৰি যোৱাত সহায় কৰিবলৈ মুখ্য মন্ত্ৰী বীৰেন সিঙলৈ আহ্বান appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3dDseeR
via IFTTT

Comments