কৰ’না ভাইৰাছ: তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ’ল ৪১জন কাৰাবন্দীক

কৰ’না ভাইৰাছৰ আতংকৰ মাজতে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই শনিবাৰে ৪১জন কাৰাবন্দীক মুকলি কৰি দিয়ে। তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ জেইল অধীক্ষক মৃন্ময় ডাউকাই জানিবলৈ দিয়ে যে উচ্চতম ন্যায়ালয়ে অলপতে দেশৰ কাৰাগাৰ সমূহত থকা অতিৰিক্ত কাৰাবন্দীসকলক মুকলি কৰিবলৈ নিৰ্দেশ দিছিল। ‘’সৰ্বোচ্চ ন্যায়ালয়খনৰ নিৰ্দেশ অনুসৰি, বিভিন্ন অপৰাধৰ অভিযোগত কাৰাবন্দী হৈ থকা ৪১জনক তেজপুৰ আৰক্ষীক গতাই দিয়া হয়। অৱশ্যে, ৪১জন […]

The post কৰ’না ভাইৰাছ: তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ’ল ৪১জন কাৰাবন্দীক appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2UrSSzK
via IFTTT

Comments